
নিউজ ডেস্ক:
আদালতত বিবাহ বিচ্ছেদৰ আবেদন অলিম্পিক জয়ী বক্সাৰ লাভলীনা বৰগোঁহাইৰ।পাৰিবাৰিক আদালতত গোচৰ পঞ্জীয়ন অসম কন্যা লাভলীনাৰ।উল্লেখ্য যে ২০১৮চনত আইনগত ভাৱে বিবাহপাশত আবদ্ধ হৈছিল বক্সাৰগৰাকী।যোৰহাটৰ নৱনীত গোস্বামীৰে বিবাহপাশত আবদ্ধ হৈছিল লাভলীনা।গোস্বামীৰে বুজাবুজিৰে বিবাহ বিচ্ছেদৰ আবেদন জনাইছে লাভলীনাই।গোচৰ ৰুজু কৰাৰ বাবে গুৱাহাটীৰ পাৰিবাৰিক আদালতত উপস্থিত লাভলীনা।
- Log in to post comments
- 20 views