
নিউজ ডেস্ক:
গুৱাহাটীৰ কৃত্ৰিম বানপানী পৰিদৰ্শন অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈৰ নেতৃত্বত এক সজাতি দলৰ।হাটীগাঁৱৰ বিষ্ণু-জ্যোতি পথত কৃত্ৰিম বানপানী পৰিদৰ্শন কৰে গগৈয়ে ৷প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানো উপস্থিত থাকে গগৈৰ সৈতে।
উল্লেখ্য যে,বিগত তিনিটা দিন গুৱাহাটীত অ-পৰিৱৰ্তিত হৈ আছে কৃত্ৰিম বানপানী।প্ৰবল বৃষ্টিপাতৰ ফলত গুৱাহাটী মহানগৰীত ভয়াৱহ হৈ পৰিছে কৃত্ৰিম বানৰ পৰিস্থিতি।
- Log in to post comments
- 8 views