
নিউজ ডেস্ক:
মেঘালয় সোনাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা।ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমিস্খলনত খহি সোমাই পৰিল দুখন বাহন।শিলচৰৰ সৈতে বন্ধ হৈ পৰিছে যাতায়ত।
পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে খহাই লৈ যায় পথ চোৱা।এখন ট্ৰাক আৰু এখন বিলাসী বাহন সোমাই পৰিছে ভূমিস্খলনত।উল্লেখ্য যে বিগত তিনিদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে পৰিস্থিতি।
- Log in to post comments
- 31 views