পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তনৰ দাবীত প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীলৈ এন পি এছ কৰ্মচাৰী সন্থাৰ স্মাৰক পত্ৰ

A

নিউজ ডেস্ক:

পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন কৰাৰ দাবীত সদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰী সন্থাৰ গণস্বাক্ষৰ অভিযান।পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন কৰাৰ দাবীত দেশৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ  কামৰূপ(ম) জিলা উপায়ুক্তৰ জৰিয়তে আজি প্ৰদান কৰে স্মাৰক পত্ৰ।

Your Comments