নিউজ ডেস্ক:
অসমবাসীলৈ দুখবৰ।ৰাজ্যৰ ৫খন শিক্ষক মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল।NCTE অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদৰ দ্বাৰা বাতিল কৰা হয় স্বীকৃতি।স্বীকৃতি বাতিল কৰা প্ৰতিষ্ঠান কেইখন যোৰহাটৰ কমল বেজবৰুৱা মেমৰিয়েল কলেজ অফ টিচাৰ্ছ এডুকেচন (Kamala Bezbaruah Memorial College of Teacher Education), ঠিক একেদৰে তিনিচুকীয়াৰ College of teacher Education, ডিব্ৰুগড়ৰ Parijat Academy Teacher Education institution, কাৰ্বি আংলঙৰ Diphu B.ED.College আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ Department of Educationৰো স্বীকৃতি বাতিল কৰা হৈছে।গুৰুত্বপূৰ্ণ কথা এই যে,ৰাজ্যত বি. এড আৰু ডি এল এডৰ শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে এইদৰে পাঁচ খনকৈ প্ৰতিষ্ঠানৰ স্বীকৃতি বাতিলে চিন্তিত কৰি তুলিছে ছাত্ৰ-ছাত্ৰীসকলক।
- Log in to post comments
- 62 views