২৫হাজাৰ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৌৰ প্ৰশাসনৰ কনিষ্ঠ অভিযন্তা

A

নিউজ ডেস্ক:
উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৌৰ প্ৰশাসন সঞ্চালকালয় কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা দেৱাশীষ দাস।২৫হাজাৰ টকা উৎকোচ লৈ হাতে লুটে গ্ৰেপ্তাৰ বিষয়া গৰাকী।
উল্লেখ্য যে বুধবাৰে ধৃত ঘোচখোৰ বিষয়াৰ গৰাকীয়ে তেজপুৰৰ কৃতি কমল তামুলী নামৰ এগৰাকী ব্যক্তিৰ পৰা  লৈছিল উৎকোচ।গুৰুত্বপূৰ্ণ কথা এই যে অভিযন্তা জনে মুঠ৪০ হাজাৰ টকা বিচাৰিছিল তামুলীৰ পৰা।

Your Comments