UPSCত স্থান প্ৰাপ্ত শিল্পা খনিকৰক আছুৰ সম্বৰ্ধনা

A

নিউজ ডেস্ক:

সদ্য ঘোষিত ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত স্থান লাভ কৰা অসম কন্যা শিল্পা খনিকৰক শুভেচ্ছা সদৌ অসম ছাত্ৰ সন্থাৰ।মঙলবাৰে শিল্পাৰ গুৱাহাটীস্থিত বাসগৃহত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত যোৱা এক সজাতি দলে সম্বৰ্ধনা জ্ঞাপনকৰে।
উল্লেখ্য যে শিল্পাই দেশৰ ভিতৰত ৫০৬ সংখ্যক স্থান লাভ কৰিছে ৷

Your Comments