
নিউজ ডেস্ক:
আজিৰে পৰা গুৱাহাটীত নাপাব পেট্ৰ’ল-ডিজেল।১৩ মে’ অৰ্থাৎ আজি পুৱা ৫ বজাৰ পৰা ১৪ মে’ৰ পুৱা ৫ বজালৈ বন্ধ কৰি ৰখা হৈছে পেট্ৰ’ল পাম্প। নৰ্থ-ইষ্ট পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েশ্যনে ঘোষণা কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী।আনহাতে ১৫ মে’ত সমস্যা সমাধান নহ’লে অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ৷
- Log in to post comments
- 7 views