
নিউজ ডেস্ক:
ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতিয়ে অসম আৰক্ষীক প্ৰদান কৰিব নিচান । আৰু উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি লংকা আৰক্ষীৰ নেতৃত্বত পুৱাৰ ভাগত চাইকেল ৰেলী উলিওৱাৰ লগতে স্কুলীয়া কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হয় এক চিত্ৰাংকণ প্ৰতিযোগিতা।উক্ত প্ৰতিযোগিতাত লংকাৰ কেইবাখনো বিদ্যালয়ৰ প্ৰায় ৪২ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰে।
- Log in to post comments
- 12 views