৩মে’ত উদযাপন কৰা হ’ব পবিত্ৰ ঈদ-উল-ফিতৰ

A

 

নিউজ ডেস্ক:
 সোমবাৰৰ পৰিৱৰ্তে মঙলবাৰে অৰ্থাৎ  ৩ মে’ৰ দিনা ভাৰতত উদযাপন কৰা হ’ব পবিত্ৰ ঈদ-উল-ফিতৰ ৷ কেন্দ্ৰীয় হিলাল কমিটীয়ে জানিবলৈ দিছে এই কথা ৷ দেওবাৰে যিহেতু ঈদৰ জোন দেখা পোৱা নগ’ল, তাৰ পৰিপ্ৰেক্ষিতত হিলাল কমিটীয়ে ভাৰতত মঙলবাৰে ঈদ উদযাপনৰ সিদ্ধান্ত ঘোষণা কৰিছে ৷দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ আদি কেইবাখনো ৰাজ্যৰ হিলাল কমিটী সমূহে ঈদৰ জোন আজি প্ৰত্যক্ষ নকৰাৰ কথা জনাইছে ৷ আনহাতে ছৌদি আৰবতো ৩মে'ৰ দিনাই পালন কৰা হ’ব ঈদ ৷B

Your Comments

Related Articles