
নিউজ ডেস্ক:
লংকা-নগাও সংযোগী ৰাজপথত দপদপকৈ জ্বলি উঠিল এখন বাইক।
৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ লংকা-জোৰাপুখুৰীৰ পথৰ মাজত সংঘটিত হয় এই ঘটনা ।
উল্লেখ্য যে চলন্ত অৱস্থাতে জ্বলি উঠে AS 02 S9 9784 নম্বৰৰ পালচাৰ বাইখন। জানিব পৰা মতে সম্পূৰ্ণ ৰূপে ভস্মীভূত হৈছে পালচাৰ বাইক খন।যান্ত্ৰিক বিজুতিৰ ফলতেই সংঘটিত হয় এই ঘটনা ।
অগ্নিকাণ্ড সংঘটিত হোৱা পালচাৰ ১৫০ বাইকখনৰ স্বত্বাধিকাৰীৰ নাম নাৰায়ন দাস । সোভাগ্যক্ৰমে ৰক্ষা পৰে বাইক আৰোহী নাৰায়ন দাস ।
- Log in to post comments
- 3 views