৭১সংখ্যক গুৱাহাটী বিহু সন্মিলনী বিহুৰাণী-বিহুকুঁৱৰীৰ ফলাফল ঘোষণা

A

B
নিউজ ডেস্ক:

ঐতিহাসিক ৭১সংখ্যক গুৱাহাটী বিহু সন্মিলনী ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ বিহুৰাণী আৰু বিহুকুঁৱৰী ফলাফল ঘোষণা। শ্ৰেষ্ঠ বিহুৰাণী সন্মান লাভ কৰিছে মৰাণ জীয়ৰী নিমিষা দিহিঙীয়াই।
আনহাতে গুৱাহাটী বিহু সন্মিলনী ৭১সংখ্যক বিহুকুঁৱৰী সন্মান লাভ কৰিছে ধেমাজিৰ জীয়ৰী প্ৰীতিৰাণী বৰগোহাঁয়ে।
উল্লেখ্য যে, শনিবাৰে নিশা হোৱা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিছে গুৱাহাটী বিহু সন্মিলনীয়ে৷লতাশিল খেল পথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ আজি অন্তিম দিন।অন্তিম দিনা বিহু সন্মিলনীখনে ঘোষণা কৰিব মুখ্য আকৰ্ষণ বিহু সম্ৰাজ্ঞী খিতাপ।

Your Comments