আইচিচি মহিলা ক্রিকেট বিশ্বকাপ সপ্তমবাৰলৈ অষ্ট্ৰেলিয়াৰ দখলত

A

নিউজ ডেস্ক:

আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেটৰ খিতাপ সপ্তমবাৰৰ বাবে দখল কৰিলে অষ্ট্ৰেলিয়াই।আজি  ইংলেণ্ডক পৰাস্ত কৰি সপ্তমবাৰলৈ চেম্পিয়নৰ খিতাপ দখল কৰে অষ্ট্ৰেলিয়াই।উল্লেখ্য যে প্ৰথমে বেটিং কৰি অষ্ট্ৰলিয়াৰ এলেছা হেলিয়ে ১৭০ৰাণ বিস্ফোৰণ ইনিংছ উপহাৰ দিয়ে।৫০অভাৰত ৫টা উইকেট হেৰুৱাই ৩৫৬ৰান সমগ্ৰ কৰে দলটোৱে।প্ৰত্যুত্তৰত ইংলেণ্ডৰ দলটোৱে ৪৩.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৮৫ৰানহে কৰিব সক্ষম হয়।ইংলেণ্ড দলৰ হৈ নেট স্কাভাৰে ১৪৮ ৰানৰ অপৰাজি হৈ ৰয়।গুৰুত্বপূৰ্ণ কথা এই যে, নিউজিলেণ্ডত অনুষ্ঠিত হৈছিল খেলখন।ইংলেণ্ড দলে টচত জয়ী হৈ প্রথমে বলিঙৰ সিদ্ধান্ত লৈছিল।

Your Comments