ৰেগিং কৰি দুবছৰলৈ বহিষ্কৃত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ কিংকো শইকীয়া

A

নিউজ ডেস্ক:

উজনি অসমৰ উচ্চশিক্ষাৰ অন্যতম প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সভ্য সমাজক লজ্জিত কৰা ৰেগিঙৰ ঘটনা।কনিষ্ঠ ছাত্ৰক ৰেগিং তথা মাৰপিট কৰি দুবছৰৰ বাবে বহিষ্কৃত হয় কিংকো শইকীয়া।বিশ্ববিদ্যালয়ৰ কাৰিকৰী আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰ আছিল বহিষ্কৃত ছাত্ৰ গৰাকী।জানিব পৰা অনুসৰি বিশ্ববিদ্যালয়ৰ গুৰুপ্ৰসাদ দাস ছাত্ৰ নিবাসত এগৰাকী কনিষ্ঠ ছাত্ৰক ৰেগিং আৰু শাৰীৰিক ভাৱে আক্ৰমণ কৰাৰ অভিযোগ জ্যেষ্ঠ ছাত্ৰ গৰাকীৰ বিৰুদ্ধে।

আনহাতে, পীড়িত ছাত্ৰ গৰাকীৰ অভিযোগৰ ভিত্তিত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দুবছৰৰ বাবে বহিষ্কাৰ কৰে ছাত্ৰ গৰাকীক।

Your Comments