
নিউজ ডেস্ক:
বস্ত্ৰনগৰী শুৱালকুছিত শনিবাৰে উপস্থিত হয় ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন তাৰকা ইউছুফ পাঠান ৷অসমৰ প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশত ক্ৰিকেট একাডেমী উদ্বােধন কৰিবলৈ আহে প্ৰাক্তন তাৰকা গৰাকী ৷
গুৰুত্বপূৰ্ণ কথা এই যে ,শুৱালকুছিত উপস্থিত হৈ ইয়াত উৎপাদিত মুগা-পাট বস্ত্ৰশিল্পৰ বুজ লোৱাৰ লগতে শিল্পটোৰ লগত জড়িত শিপিনীসকলৰ লগত মত বিনিময় কৰাৰ উপৰিও পাট-মুগাৰ বিভিন্ন কাপোৰ প্ৰত্যক্ষ কৰাৰ লগতে মুগাৰ টাই, মুগাৰে উৎপাদিত টুপী, বেল্ট আৰু এৰী কাপোৰ ক্ৰয় কৰে।
- Log in to post comments
- 10 views