থানাৰ ভিতৰতে মহিলাক নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া মোহন দলে

থানাৰ ভিতৰতে মহিলাক নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া মোহন দলে

কৰ্তব্যৰত অৱস্থাত থানাতে মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ এজন আৰক্ষীৰ বিষয়া ।

সাতগাঁও আৰক্ষী থানাত কৰ্মৰত বিষয়াজনৰ নাম মোহন দলে ।

দুগৰাকী ভুক্তভুগী মহিলাৰ গোচৰৰ ভিত্তিত মহানগৰীৰ ছয়মাইলৰ পৰা মোহন দলেক আটক কৰে সাতগাঁও আৰক্ষীয়ে ।

বৰ্তমান নুনমাটি থানাত ৰখা আৰক্ষী বিষয়াগৰাকীক উচ্চপদস্থ বিষয়াই সোধা-পোছা কৰি আছে বুলি জানিবলৈ দিছে নুনমাটি আৰক্ষী থানাই ।

Your Comments