ছত্তীশগড়ৰ ঘটনাৰ প্ৰতিবাদত মহানগৰীত প্ৰদেশ কংগ্ৰেছৰ মৌন সমদল

congress

ছত্তীশগড়ত কংগ্ৰেছ কর্মীৰ ওপৰত নিৰাপত্তাৰক্ষীয়ে চলোৱা আক্ৰমণৰ প্ৰতিবাদ জনাই আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে মহানগৰীৰ ৰাজীৱ ভৱনৰ সন্মুখত এক প্ৰতিবাদী মৌন সমদল উলিয়ায় ।

congress

মুখত ক'লা কাপোৰ বান্ধি গ্ৰহণ কৰা এই মৌন সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰে শতাধিক কংগ্ৰেছ কর্মীৰ লগতে কংগ্ৰেছ দলৰ বহুসংখ্যক নেতাই ।

কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেত শৰৎ বৰকটকীয়েও এই মৌন সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

Your Comments