মুকলি হ'ব নেকি ৰৌনক আলি হাজৰিকা!জামিন শুনানি সম্পন্ন

A

নিউজ ডেস্ক:


অসম আৰক্ষীৰ নিলম্বিত ডি আই জি ৰৌনক আলি হাজৰিকাৰ জামিন শুনানি সম্পন্ন।গুৱাহাটী উচ্চ ন্যায়ালয়ত সম্পন্ন হাজৰিকাৰ জামিন শুনানি।আদালতত ছয়দিন ধৰি চলা শুনানিৰ অন্তত সম্পন্ন হয় শুনানি।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা হাজৰিকা জামিনৰ শুনানি সম্পন্ন হলেও স্থগিত ৰাখে ৰায়দান ।উল্লেখ্য যে গৃহবিভাগৰ অনুমতি অবিহনে বিদেশ ভ্ৰমণ কৰা আৰু আয়বহিৰ্ভূত সম্পত্তি আহৰণ কৰাৰ গুৰুতৰ অভিযোগত দীৰ্ঘদিনে ধৰি বন্দী হৈ আছে হাজৰিকা।পূৰ্বতে নিম্ন আদালতে হাজৰিকাৰ জামিন নাকচ কৰিছিল।

Your Comments