ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ ২১০টা দালাল

A

নিউজ ডেস্ক:


ৰাজ্যত পুনৰ দালাল বিৰোধী অভিযান।

অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ২১০টা দালাল।আৰক্ষী থানাত এজাহাৰ লিখাৰ অভিযোগত এই সকলক গ্ৰেপ্তাৰ কৰিছে।

সমগ্ৰ অসমৰ মুঠ ২৫খন জিলাত আৰক্ষীয়ে চলাইছিল দালাল বিৰোধী অভিযান।

Your Comments