নিউজ ডেস্ক:
উৰুকাৰ নিশা দুৰ্ঘটনা শূন্য হৈ ৰ’ল গুৱাহাটী মহানগৰী । ৰাজপথত সুৰাপায়ী চালকৰ বিৰুদ্ধে চলিল পৰিবহন বিভাগ আৰু মহানগৰ আৰক্ষীৰ ব্যাপক অভিযান।
উল্লেখ্য যে ,মহানগৰীত সুৰাপায়ী চালকৰ বিৰুদ্ধে ৪৮ টা গোচৰ ৰুজু হোৱাৰ লগতে মহানগৰীত সৰ্বমুঠ গোচৰ ৰুজু হ’ল ৫৯৬ টা।
গুৰুত্বপূৰ্ণ কথা এই যে সুৰাপায়ী চালকৰ বিৰুদ্ধে চলোৱা অভিযানত মহানগৰীত সংগ্ৰহ হ’ল মুঠ ১১ লাখ ৫০ হাজাৰ টকাৰ ৰাজহ।
পৰিবহন বিভাগে বাতিল কৰিলে সুৰাপায়ী চালকৰ কেইবাখনো লাইচেঞ্চ।
- Log in to post comments
- 14 views