উজনি অসমৰ জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ আত্মহত্যা

A

নিউজ ডেস্ক:

ৰাজ্যৰ সংবাদ জগতৰ বাবে এক দু খবৰ।জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ অকাল মৃত্যু।সোমবাৰে নিশা আত্মহত্যা কৰে তিনিচুকীয়াৰ সাংবাদিক গৰাকীয়ে।সাহসী  সাংবাদিক গৰাকীয়ে নিজৰ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে।

উল্লেখ্য যে বহুকেইটা চেটেলাইট চেনেলৰ উজনি অসমৰ ব্যুৰ চীফ ৰূপে কৰ্তব্য সম্পাদন কৰিছিল মৰানে।সাহসী, নিৰ্ভীক সাংবাদিক গৰাকীৰ মৃত্যুত ম্ৰিয়মান সংবাদ জগত।

Your Comments