ৰাজ্যত ৯জনলৈ বৃদ্ধি অ'মিক্ৰণ আক্রান্তৰ ঘটনা

A

নিউজ ডেস্ক:

ৰাজ্যত অ'মিক্ৰণত আক্রান্তৰ সংখ্যা বৃদ্ধি।৯জনলৈ বৃদ্ধি আক্রান্তৰ সংখ্যা । ৬জন চিকিৎসাধীন।চিকিৎসাধীন আটাইকেইজনেই ডিব্ৰুগড়ৰ।

উল্লেখ্য যে ,সমগ্ৰ দেশত ক্ৰমাৎ বৃদ্ধি হৈছে ক'ৰনাৰ লগতে অমিক্ৰণ আক্রান্তৰ ঘটনা।ইফালে আক্রান্তৰ সংখ্যা বৃদ্ধিৰ বাবে আজি অসম চৰকাৰে ঘোষণা কৰিব নতুন নীতি-নিৰ্দেশনা।

Your Comments