মন্ত্ৰী পিযুষ হাজৰিকা, সাংসদ কুইন ওজা ক'ৰনাত আক্রান্ত

A

নিউজ ডেস্ক:


ক'ৰনাত আক্রান্ত মন্ত্ৰী পিযুষ হাজৰিকা আৰু সাংসদ কুইন ওজা।

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি দুইয়ো গৰাকী।

উল্লেখ্য যে সাংসদ ওজাৰ  কন্যা ক'ৰনাত আক্রান্তৰ পাছতে তেওঁৰ দেহতো ধৰা পৰে ক'ভিড।

Your Comments