নিউজ ডেস্ক:
পিতৃ-মাতৃ বন্দনাৰ বাবে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক প্ৰদান কৰা ৬-৭জানুৱাৰীৰ অতিৰিক্ত চুটি ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীসকলে উক্ত দিনা লাভ নকৰিব।শিক্ষক-কৰ্মচাৰীয়ে উক্ত চুটি লাভ কৰিব ১২-১৩ জানুৱাৰীত।বুধবাৰে এক জাননীৰ জৰিয়তে শিক্ষা বিভাগে ঘোষণা কৰিছে এই কথা। শিক্ষা বিভাগৰ জাননীত উল্লেখ থকা মৰ্মে শিক্ষক আৰু শিক্ষা বিভাগৰ সকলো কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম।
- Log in to post comments
- 62 views