নিউজ ডেস্ক:
অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত নন্দিতা দাসৰ। বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতে বিধানসভাৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদত বহিল কংগ্ৰেছী বিধায়িকা নন্দিতা দাস।উল্লেখ্য যে ,বিধান সভাৰ প্ৰৱেশ পথত বহি প্ৰতিবাদ সাব্যস্ত কৰা বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে অসমৰ মাটি কোনো কাৰণতেই মেঘালয়ক এৰি দিয়া নহ’ব বুলি হুংকাৰ দিয়াৰ লগতে সীমান্ত অঞ্চলৰ ৰাইজৰ সুৰক্ষাৰ দাবীও তোলে।
- Log in to post comments
- 6 views