নিউজ ডেস্ক:
তিনিদিনীয়া ধৰ্মঘট ঘোষণা কৰিছে উত্তৰ-পূব পেট্ৰ’লিয়াম পৰিবহণ সংস্থাই ।
১৬ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ সৰ্বাত্মক অসহযোগ কাৰ্যসূচী ।উল্লেখ্য যে ,১৬ ডিচেম্বৰৰ পুৱা ৫ বজাত আৰম্ভ হ’ব এই কাৰ্যসূচী।৭২ ঘণ্টাৰ বাবে বন্ধ থাকিব লোডিং, আনলোডিং, পৰিবহণ।বন্ধ থাকিব পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ সৰবৰাহ।গুৰুত্বপূৰ্ণ কথা এই যে ,ধৰ্মঘট কাৰ্যসূচীৰ ফলত নামনি আৰু মধ্য অসমত পেট্ৰ’লৰ নাটনি হোৱাৰ আশংকা প্ৰকাশ কৰা দেখা গৈছে ।
- Log in to post comments
- 9 views