দণ্ডাধীশ আকাশী দুৱৰাক অনিমেষ ভূঞা হত্যাকাণ্ডৰ অনুসন্ধানৰ নিৰ্দেশ

A

নিউজ ডেস্ক:

যোৰহাট জিলা প্ৰশাসনে অনিমেষ ভূঞা হত্যাকাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ অনুসন্ধান ঘোষণা।অনুসন্ধান কৰাৰ  দায়িত্ব যোৰহাট মহকুমাৰ দণ্ডাধীশ এচিএছ আকাশী দুৱৰাক।

প্ৰশাসনৰ নিৰ্দেশ মতে ১০দিনৰ ভিতৰত দাখিল কৰিব লাগিব তদন্তৰ সবিশেষ প্ৰতিবেদন।
 সোমবাৰে দিন দুপৰতে এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি আছু নেতা অনিমেষ ভূঞাক বৰ্বৰ ভাৱে হত্যা কৰিছিল এদল উন্মতত জনতাই।

Your Comments