অৰ্জুন বঁটাৰ বাবে মনোনীত হিমা দাসৰ নাম

অৰ্জুন বঁটাৰ বাবে মনোনীত হিমা দাসৰ নাম

অৰ্জুন বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে অসম কন্যা হিমা দাসে ।

উল্লেখ্য যে অৰ্জুন বঁটাৰ বাবে মনোনীত হিমা হৈছে অসমৰ পঞ্চমগৰাকী খেলুৱৈ ।

সদ্য সমাপ্ত এছিয়ান গেমছত হিমা দাসে তিনিটা পদক লাভৰ সফলতাৰ বাবেই খেলুৱৈগৰাকীক এই সন্মানৰ বাবে মনোনীত কৰা হৈছে ।

উল্লেখ্য যে অহা ২৫ ছেপ্টেম্বৰত নতুন দিল্লীত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব অৰ্জুন বঁটা ।

Your Comments