এবছৰৰ ভিতৰতে হ’ব ১ লাখ নিযুক্তি পৰ্ব :অজন্তা নেওগ

A



নিউজ ডেস্ক:
এবছৰৰ ভিতৰতে হ’ব ১ লাখ নিযুক্তি পৰ্ব। তৃতীয়–চতুৰ্থ বৰ্গৰ পদৰ একেলগে হ’ব বাচনি পৰীক্ষা। কেবিনেটৰ সিদ্ধান্ত অনুসৰি নিযুক্তি পৰ্বৰ বাবে গঠন কৰা আয়োগৰ নিয়ন্ত্ৰণত হ’ব নিযুক্তি ।এই কথা সদৰি কৰিছে বিত্ত মন্ত্ৰী অজন্তা নেওগে।আনহাতে, প্ৰতিগৰাকী শিশুয়ে লাভ কৰিব লাগিব অংগনাৱাড়ীৰ খাদ্য। পেকেট কৰা খাদ্য সকলো শিশুক প্ৰদানৰ নিৰ্দেশ।
উল্লেখ্য যে ,ক’ভিডৰ বাবে বন্ধ হৈ আছিল অংগনাবাড়ীৰ খাদ্য। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ অংগণৱাড়ী কেন্দ্ৰৰ খাদ্য যোগানত নপৰে বুলিও মন্তব্য প্ৰকাশ কৰে অজন্তা নেওগে ।

Your Comments