নিউজ ডেস্ক:
অসমত পুনৰ ২১২জন ক'ভিডত আক্ৰান্ত। ইয়াৰে ৯৬জন কামৰূপ মেট্ৰ’ৰ, ২৬জন বৰপেটাৰ, ১৮জন লখিমপুৰৰ আৰু ১৪জন যোৰহাটৰ। ইফালে, দেওবাৰৰ দিনটোত ৰাজ্যত কৰ'নাত আক্ৰান্ত ২৩৬জন লোক সুস্থ হয়। আনহাতে, উক্ত দিনটোত ৰাজ্যত কৰ'নাত আক্ৰান্ত হৈ এজনৰ মৃত্যু হয় । উল্লেখযোগ্য যে, অসমত বৰ্তমান পজিটিভিটীৰ হাৰ ১.৪১ শতাংশলৈ বৃদ্ধি পাইছে। ৰাজ্যত এতিয়াও কৰ'নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৩২৭জন ৰোগী।
- Log in to post comments
- 22 views