IPS শংকৰব্ৰত ৰায় মেধিলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ বিশেষ অভিযান পাৰদৰ্শিতা বঁটা

A



নিউজ ডেস্ক:
অসম আৰক্ষীৰ IPS বিষয়া শংকৰ ব্ৰত ৰায় মেধিলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ বিশেষ অভিযান পাৰদৰ্শিতা বঁটা। উল্লেখযোগ্য যে ২০২০ বৰ্ষৰ ৭ অক্টোবৰত বিশ্বত্ৰাস মৌলবাদী সংগঠনৰ বিৰুদ্ধে এনআইএৰ হৈ চলোৱা বিশেষ অভিযানৰ বাবে ৰায়মেধিলৈ আগবঢ়োৱা হৈছে এই সন্মান।ইয়াৰ পূৰ্বেও ৰায়মেধিয়ে গৃহমন্ত্ৰনালয়ৰ পৰা তদন্তত পাৰদৰ্শিতা লাভ কৰা প্ৰথমগৰাকী আৰক্ষী অধীক্ষক আছিল।বৰ্তমান নতুন দিল্লীৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ আৰক্ষী অধীক্ষক ৰূপে কৰ্মৰত হৈ আছে ৰায়মেধি। 

Your Comments