শিক্ষয়ত্ৰীক অপমান কৰা কৰ্ণ বুঢ়াগোহাঁইক আছুৰ পৰা বহিষ্কাৰ

A

 

B

নিউজ ডেস্ক:
তিনিচুকীয়াৰ ফিলবাৰী চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ শিক্ষয়ত্ৰী নিৰদা বৰাক দু- ব্যৱহাৰ কৰা ছাত্ৰ সন্থাকর্মী কৰ্ণ বুঢ়াগোহাঁইক সংগঠনৰ পৰা বহিষ্কাৰ।আছুৰ কেন্দ্ৰীয় নেতৃত্বই বহিষ্কাৰ কৰে ধুৰন্ধৰ ছাত্ৰ নেতা গৰাকীক।

উল্লেখ্য যে  বিদ্যালয়খনৰ নামভৰ্তিৰ মাচুল বৃদ্ধিক লৈ সংঘটিত হোৱা ঘটনাক দুৰ্ভাগ্যজনক আখ্যা আছুৰ।

'শিক্ষাগুৰুসকল আমাৰ অভিভাৱক, নমস্য ব্যক্তি।তেওঁলোকক অপমান কৰা কাৰ্য কেতিয়াও সমৰ্থন কৰা নহব'- আছু নেতৃত্বই এইদৰে কয়।

Your Comments