যোছেফ মাৰাকৰ কৃত্ৰিম ভৰি সংস্থাপনৰ সম্পূৰ্ণ দায়িত্ব ল'ব অসম চৰকাৰে, সবিশেষ পঢ়ক

A



নিউজ ডেস্ক:
যোৱা নিশা ৯:৫৫ মিনিটত News Live ৰ Facebook পেজত প্ৰকাশিত এক সংবাদ অনুসৰি যোছেফ মাৰাকৰ কৃত্ৰিম ভৰি সংস্থাপনৰ সম্পূৰ্ণ দায়িত্ব ল'বলৈ আগবাঢ়িছে অসম চৰকাৰ।

এই সন্দৰ্ভত Raindrops Initiative Assam য়ে ৰাইজলৈ অনুৰোধ কৰি কয় যে -"যোছেফ মাৰাকৰ কৃত্ৰিম ভৰি সংস্থাপনৰ উপলক্ষে আমাক, Raindrops Initiative Assam ক যেন এতিয়াৰ পৰা কোনো ধৰণৰ আৰ্থিক সাহায্য নিদিয়ে। এই উপলক্ষে আমাৰ বন্ধুবৰ্গৰ পৰা এতিয়ালৈকে যি অকণমান অৰ্থ সাহায্য সংগ্ৰহ হৈছিল, সেয়া আমি যোছেফৰ মাৰাকৰ পৰিয়ালৰ (বৰপুত্ৰ ৰাফাইল ছাংমাৰ) হাতত অতি শীঘ্ৰেই অৰ্পন কৰিম"। 

Your Comments