দু-খবৰ ২৪অক্টোবৰত অনুষ্ঠিত নহয় টেট, আনুষ্ঠানিক ঘোষণা শিক্ষা বিভাগৰ

A

নিউজ ডেস্ক:

ৰাজ্যত অনুষ্ঠিত হ'ব লগা টেট পৰীক্ষা সন্দৰ্ভত শিক্ষাবিভাগৰ বিশেষ ঘোষণা।জাননীৰ জৰিয়তে ২৪অক্টোবৰত টেট অনুষ্ঠিত নহয় বুলি ঘোষণা।উল্লেখ্য যে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল উক্ত দিনা।কিন্তু ৩১অক্টোবৰত অনুষ্ঠিত হ'ব উক্ত টেট পৰীক্ষা।

উল্লেখ্য যে  ইতিমধ্যে টেট পৰীক্ষাৰ বাবে নামভৰ্তি প্রক্রিয়া সম্পন্ন হৈ গৈছে।

Your Comments