APDCLৰ জাননী: ভয়াৱহ বিদ্যুৎ সংকটত ৰাজ্য, নাপাব পাৰে বিদ্যুৎ

A

নিউজ ডেস্ক:

দূর্গা পূজাৰ আনন্দৰ মুহূৰ্ততে ৰাজ্য বাসীলৈ এক দুখবৰ।ভয়ংকৰ অন্ধ কাৰত ডুব যাব পাৰে অসম।ব্যাহত  হোৱাৰ সম্ভৱনা বিদ্যুৎ সেৱা।সঘনেই দেখা দিব পাৰে বিদ্যুৎ লোডশ্বেডিং  ।APDCLৰ কৰ্তৃপক্ষই সোমবাৰে জাননীৰ জৰিয়তে প্ৰকাশ কৰিছে এই সম্ভাৱনাৰ কথা।

জাননীত উল্লেখিত মতে- 'ৰাজ্যত হ্ৰাস পাইছে তাপবিদ্যুৎ প্ৰকল্পত বিদ্যুৎ উৎপাদন।দেশত কয়লাৰ ক্ৰমাৎ নাটনিত বিদ্যুৎ উৎপাদন হ্ৰাস হৈছে'।

গুৰুত্বপূৰ্ণ  কথা এই যে আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে দূর্গাপূজা।দূর্গাপূজাৰ দিনকেইটাত অন্যদিনৰ তুলনাত প্ৰয়োজন হয় অতিৰিক্ত বিদ্যুৎ।তেনে মুহূৰ্তত বিদ্যুতৰ নাটনিয়ে বাৰুকৈয়ে জ্বলা-কলা খুৱাব ৰাজ্যবাসীক।

Your Comments