কংগ্ৰেছৰ দুই কাৰ্যকৰী সভাপতি ৰাইজৰ দলৰ কাৰ্যালয়ত কিন্তু কিয় সবিশেষ পঢ়ক

Akhil Gogoi and congress leaders

ৰাজ্যৰ উপ-নির্বাচনত বিজেপিক পৰাজিত কৰাৰ লক্ষ্যৰে বিৰোধী ৰণকৌশল। ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অসম প্ৰদেশ কংগ্ৰেছ দলৰ দুই কাৰ্যকৰী সভাপতিৰ ৰুদ্ধদ্বাৰ বৈঠক।ৰাইজৰ দলৰ সভাপতি সহ কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকত বহে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ আৰু ৰাণা গোস্বামী।

উল্লেখ্য বৈঠকত আগন্তুক নির্বাচন সন্দৰ্ভত দুই দলৰ নেতৃত্বই প্ৰায় ৪৫মিনিট যোৰা ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়।

কংগ্ৰেছ নেতৃত্বক গগৈয়ে স্পষ্ট স্থিতি প্ৰকাশ কৰি কয়-  এআইইউডিএফ থাকিলে নহ’ব কোনো ধৰণৰ মিত্ৰতা।

গুৰুত্বপূৰ্ণ কথা দুদিন পূৰ্বে ৰাইজৰ দলৰ প্ৰতিনিধিয়ে কংগ্ৰেছ নেতৃত্বক সাক্ষাৎ কৰিছিল।

Your Comments