টকিঅ'ৰপৰা সুখবৰ: ডিছকাছ থ্র' ফাইনেলত ভাৰতৰ কমলপ্ৰীত কৌৰ

Kamalprit Kaur

টকিঅ’ অলিম্পিকত আন এক ভাল খবৰ। মহিলাৰ ডিছকাছ থ্র’ত দুৰ্দান্ত প্ৰদৰ্শন ভাৰতৰ কমলপ্ৰীত কৌৰৰ।

ডিছকাছ থ্র’ত ভাৰতীয় খেলুৱৈ গৰাকী প্ৰৱেশ কৰিছে ফাইনেলত। দ্বিতীয় স্থান দখলেৰে ফাইনেলত প্ৰৱেশ কৌৰৰ।

উল্লেখ্য ভাৰতীয় খেলুৱৈ গৰাকীয়ে  ৬৪ মিটাৰ ডিছকাছ মাৰি দ্বিতীয় স্থানত থকাৰ বিপৰীতে ৬৬.৪২ মিটাৰেৰে প্ৰথম স্থানত আছে আমেৰিকাৰ খেলুৱৈ।

Your Comments