বিজ্ঞান শাখাত ১০০ শতাংশ উৰ্ত্তীণ ডিমা হাছাও জিলাত: সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ কোকৰাঝাৰত ৯৬.৮৬শতাংশ

Result

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত সৰ্বাধিক উৰ্ত্তীণৰ হাৰ ডিমা হাছাও জিলাত ১০০শতাংশ উৰ্ত্তীণৰে ।পৰীক্ষাত মুঠ অৱৰ্তীণ হৈছিল ১৩৬জন। প্ৰথম বিভাগত ১১০জন, দ্বিতীয় বিভাগত ২৪জন, তৃতীয় বিভাগত ২জন উত্তীৰ্ণ হৈছে।

Science result

আনহাতে বিজ্ঞান শাখাত সৰ্বনিম্ন উৰ্ত্তীণৰ হাৰ কোকৰাঝাৰ জিলাত ৯৬.৮৬ শতাংশৰে।পৰীক্ষাত অৱৰ্তীণ হৈছিল ৭০১ জন।উৰ্ত্তীণ ৬৭৯জন।প্ৰথম ৫১১জন দ্বিতীয় ১৪৫ আৰু তৃতীয় ২৩জন।

উল্লেখ্য বিজ্ঞান শাখাত ৰাজ্যত উৰ্ত্তীণৰ হাৰ ৯৯.০৬ শতাংশ।

Your Comments