খেতিৰ বতৰ বুলি ন-ন সাজ, মুখত প্ৰসাধনেৰে পথাৰত নমাৰ প্ৰতিযোগিতা চলিছে ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ

অগপ কৰ্মী

অসমৰ ৰাজনীতি চলিছে বৰ্তমান আদৰ্শ সলনিৰ ঢৌ ৷ দল-বাগৰাৰ নীতি ৷ প্ৰতি বছৰৰ দৰে দলৰ কৰ্মী ব্যস্ত অসমীয়া ৰাইজৰ মন জয় কৰাৰ প্ৰতিযোগিতাত ৷ খেতিৰ বতৰ বুলি পথাৰত ন ন কাপোৰ, মুখত প্ৰসাধনেৰে হাতত কঠীয়া লৈ নামিছে ৰাজনৈতিক দলৰ কৰ্মী ৷

Kasturi Chutia

২০১৯চনৰ 'কা' বিৰোধী আন্দোলনত এই আইনৰ বিৰোধিতা কৰি বলীয়ান কণ্ঠস্বৰেৰে চৰকাৰক সমালোচনা কৰি অসমৰ ইমুৰৰপৰা সিমুৰলৈ কা বিৰোধী সভাত বক্তৃতা প্ৰদান কৰা এসময়ৰ তাৰ্কিক কস্তূৰী চুতীয়াই পূৰ্বৰ আদৰ্শ সলনি কৰি ’কা’ আইনৰ সমৰ্থনেৰে বিজেপিৰ মিত্ৰ দল অগপ দলৰ মুখপাত্ৰ হিচাপে দলটোত যোগদান কৰে ৷ বৰ্তমান কস্তূৰীও ব্যস্ত হৈছে দলৰ হৈ খেতি-পথাৰত ৷ 

Your Comments