পুনৰ সমালোনাৰ মুখামুখি হৈছে বিজেপি চৰকাৰে সৃষ্টি কৰা ফটো বিভ্ৰান্তি

BJP created photo confusion

অসমৰ নতুন চৰকাৰখনৰ সমালোচনাৰ এটা বিষয় শেষ নহয়েই পুনৰ এবা বিষয় তেওঁলোকে এৰি দিয়ে ৰাইজৰ বাবে ৷

অলিম্পিকত খেলিবলৈ যোৱা অসম কন্যা লাভলীনাক শুভেচ্ছা জনাইছে বিভিন্ন দল সংগঠনৰ লগতে অসম চৰকাৰেও ৷ লাভলীনাক শুভেচ্ছা জনাবলৈ ঠায়ে ঠায়ে লগোৱা হৈছে এনে পোষ্টাৰো ৷ পিছে শুভেচ্ছা জনাইছে ঠিকেই লাভলীনাক, পিছে ফটো আছে কোনোবাজন বিজেপি নেতাৰহে ৷ এই ক্ষেত্ৰত বিদেশী লোক বিভ্ৰান্তিত পৰাতো তেনেই সাধাৰণ ৷

BJP created photo confusion

উল্লেখ্য যে, কিছুদিন পূৰ্বে ভেক্‌চিনৰ চাৰ্টিফিকেটত থকা মোদীৰ ফটোৰ বাবে বিদেশৰ বিমান বন্দৰত ভুৱা নথি-পত্ৰ দেখুৱাইছে বুলি বিপদত পৰিছিল এজন ভাৰতীয় নাগৰিক ৷ পিছত সকলো কথা বুজিব পাৰি হাঁহি ৰখাব পৰা নাছিল বিমান বন্দৰত কৰ্মৰত সেই দেশৰ কৰ্মচাৰী ৷

এতিয়া সচেতন নাগৰিকৰ প্ৰশ্ন যে চৰকাৰ হ’ল বুলিয়ে অপ্ৰয়োজনীয় ভাৱে সকলোতে এই চৰকাৰৰ নেতাৰ ফটো লগোৱাতো জৰুৰী নেকি?

Your Comments