পুনৰ গ্ৰেপ্তাৰ হ'ব নেকি অখিল গগৈ? ৩ সপ্তাহৰ ভিতৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ

Akhil Gogoi

বিধায়ক অখিল গগৈলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী।৩সপ্তাহৰ ভিতৰত ন্যায়ালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ গগৈক।

উল্লেখ্য যে চান্দমাৰিৰ নিয়া বিশেষ আদালতৰ ৰায়ৰ স্থগিতাদেশ বিচাৰি চান্দমাৰি থানা দ্বাৰস্ত হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। উক্ত আৱেদনৰ ভিত্তিত ন্যায়ালয়ে গগৈলৈ জাৰি কৰিছে এই জাননী।

গুৰুত্বপূৰ্ণ কথা চান্দমাৰি থানাৰ নিয়া ১৩/১৯ নম্বৰ গোচৰটো নিয়া বিশেষ আদালতে চার্জ ফ্ৰেম নকৰাকৈয়ে দোষমুক্ত কৰিছিল গগৈক।

Your Comments