অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত প্ৰাক্তন ডি.আই.জি পিকে দত্তৰ জামিন নাকচ। গুৱাহাটী উচ্চ ন্যায়ালয়ে ধৃত প্ৰাক্তন বিষয়া গৰাকীৰ জামিন নাকচ কৰিছে।
উল্লেখ্য ৰাজ্য কপোৱা এছ.আই কেলেংকাৰীত প্ৰাক্তন ডিআইজি গৰাকী জড়িত থকাৰ গুৰুতৰ অভিযোগ আছে আৰক্ষী অভিযোগনামাত।তাৰ ভিত্তিতে চৰকাৰী পক্ষৰ অধিবক্তাই প্ৰদৰ্শন কৰিছিল যুক্তি।
গুৰুত্বপূৰ্ণ কথা কিছুদিন পূৰ্বে অন্য এগৰাকী মূল অভিযুক্ত বিজেপি নেতা দিৱন ডেকাৰ জামিন আবেদ নাকচ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে।
- Log in to post comments
- 15 views