উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ

Supreme Court

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ৩১ জুলাইৰ ভিতৰত দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশক পৰীক্ষাৰ ফলাফল ঘোষণাৰ নিৰ্দেশ।

ৰাজ্যসমূহক পৰীক্ষাৰ মূল্যায়ন প্ৰক্ৰিয়া কি দৰে হ’ব তাৰ শপতনামা আগন্তক ১০দিনৰ ভিতৰত ন্যায়ালয়ক দাখিলৰ নিৰ্দেশ।

উল্লেখ্য ক’ভিডৰ বাবে বাতিল কৰা হৈছে অসমৰ লগতে আন বহু কেইখন ৰাজ্যৰ পৰীক্ষা।

Your Comments