অসমত নাথাকিব আৰু মাদ্ৰাছা শিক্ষা

মাদ্ৰাছা

নতুন চৰকাৰখনে শিক্ষা বিভাগৰ আমূল পৰিবৰ্তন ঘটালে মাদ্রাছা স্কুলৰ সামৰণি পেলায়। এতিয়াৰপৰা আৰু চৰকাৰী শিক্ষানু্ষ্ঠানৰ নামৰ লগত সন্নিবিষ্ট নহয় মাদ্রাছাৰ নাম। এতিয়াৰপৰা নাথাকিব ফিকাহ আকাইদ, আৰৱীয় বিষয়ৰ পাঠ্যপুথি।

উল্লেখ যোগ্য যে, শিক্ষা বিভাগৰ এক বিধেয়কৰ জৰিয়তে বিলুপ্ত কৰা হ’ল মাদ্রাছা শিক্ষা। অসমৰ মুঠ ১১১ খন মাদ্রাছা শিক্ষানুষ্ঠানৰ নাম সলনি হ’ব ৷

Your Comments