দেওবাৰৰপৰা ৰাজ্যত ১২বজাৰপৰা সান্ধ্য আইন, সবিশেষ পঢ়ি জানি লওঁক

Curfew

ক'ৰ'নাৰ দ্ৰুত বৃদ্ধিত উদ্বিগ্ন প্ৰশাসন। দেওবাৰৰপৰা সমগ্ৰ ৰাজ্যত ক'ৰ’না পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে।

ক'ৰ’না ৰোধৰ বাবে সমগ্ৰ ৰাজ্যত দেওবাৰৰ পৰা কাৰ্যকৰী নতুন এছঅ’পি। সেই অনুসৰি দিনৰ ১২ বজাৰ পৰা পুৱা ৫বজালৈ ৰাজ্যত ৰাজহুৱা স্থানত চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

New Notice

পুৱা ১১বজাত বন্ধ কৰিব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ।

ইফালে যান-বাহন চলাচলত যুগ্ম- অযুগ্ম ব্যৱস্থা বাহাল থাকিব।

উল্লেখ্য যে, সমগ্ৰ ৰাজ্যত ক'ৰ'নাৰ দ্ৰুত বৃদ্ধিত উদ্বিগ্ন হৈ পৰিছে প্ৰশাসন। তাৰ বাবে অনিৰ্দিষ্ট সময়লৈ এই ঘোষণা জাৰি কৰিছে প্ৰশাসনে।

Your Comments