১২ মে’ বুধ বাৰে অসমৰ বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি দেৱৰ মৃত্যুত ৰাজ্যৰ সকলো জনতাই শোক প্ৰকাশ কৰাৰ লগতে গভীৰ শোক প্ৰকাশ কৰে আলফা স্বাধীনেও ৷
বিদ্ৰোহী সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ই-মেইল বাৰ্তা প্ৰেৰণ কৰি শোক প্ৰকাশ কৰে ৷
- Log in to post comments
- 17 views