বৰ্তমান সুৰক্ষা বাহিনীৰ হাতত অসুৰক্ষিত হৈ পৰিছে সাধাৰণ জনতা ৷ পুৱাৰ ভাগত তিনিচুকীয়াৰ জাগুনত হোৱা গ্ৰেণেড বিস্ফোৰণত এটা ১২বছৰীয়া শিশুৰ মৃত্যু হয় ৷
প্ৰথম অৱস্থাত আলফাক সন্দেহ কৰা হৈছিল যদিও বৰ্তমান অসম আৰক্ষীয়ে প্ৰকাশ কৰিছে যে এই দুৰ্ঘটনা সংঘটিত হোৱা গ্ৰেণেডটো হয়তো ভুলবশতঃ নিয়মীয়া পৰিভ্ৰমণৰ সময়ত পৰি গৈছিল ৷
সুৰক্ষা বাহিনীয়ে দায়িত্ব জ্ঞানহীন ভাৱে কৰা এটা বৃহৎ ভুলৰ বাবেই আজি প্ৰাণ গ’ল এটা শিশুৰ ৷
- Log in to post comments
- 26 views