আজিৰে পৰা ৰাজ্যত সকলো শিক্ষানুষ্ঠান অনিৰ্দিষ্টকালৰ বাবে বন্ধ ঘোষণা কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে।সকলো শিক্ষানুষ্ঠান,কোচিং চেণ্টাৰ,হোষ্টেল আজিৰে পৰা বন্ধ ঘোষণা কৰা হৈছে।প্ৰাক্প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহ।ব্যাপক কোভিড সংক্ৰমণৰ বাবে এই পদক্ষেপ।মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে।
- Log in to post comments
- 9 views