পৰাজয়ৰ গ্লানি সহিব নোৱাৰি কংগ্ৰেছৰ সভাপতি পদ ত্যাগ ৰিপুণ বৰাৰ

Pic

গহপুৰ সমষ্টিত পৰাজয় বৰণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ ত্যাগ সভাপতি ৰিপুণ বৰাৰ।দলৰ নেতৃত্বলৈ বৰাই ইতিমধ্যে প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ।

Pic

উল্লেখ যে বিজেপি প্ৰাৰ্থী উৎপল বৰাৰ হাতত ধৰাশায়ী হৈ পৰাজয় বৰণ কৰিব লগা হৈছিল মহাজোটৰ কিং মেকাৰ হিচাপে খ্যাত বৰা।

গুৰুত্বপূৰ্ণ যে নির্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বলৈকে কংগ্ৰেছ মহাজোঁঁটৰ চৰকাৰ গঠন হ'ব বুলি সদম্ভে ঘোষণা কৰি আছিল।কিন্তু দেওবাৰ ফলাফল ঘোষণা কৰাৰ পিছতে বিপৰীতে ছবি দেখা পোৱা গ'ল।

তাৎপৰ্যপূৰ্ণ,২০১৬ চনতো বিজেপি প্ৰাৰ্থী উৎপল বৰাৰ হাতত পৰাস্ত হৈছিল ৰিপুণ বৰা।

Your Comments