মহাজোঁঁটৰ কিং মেকাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা পৰাস্ত

Pic

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা পৰাস্ত।বিজেপি প্ৰাৰ্থী তথা বিধায়ক উৎপল বৰাৰ হাতত গহপুৰ সমষ্টিত পৰাস্ত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী।১৪,১১৮টা ভোটৰ ব্যৱধানত পৰাস্ত প্ৰদেশ কংগ্ৰেছ সভাপতি গৰাকী। উল্লেখ যে ২০১৬চনতো পৰাস্ত হৈছিল কংগ্ৰেছ সভাপতিগৰাকী।

Your Comments